‘সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰা নাছিল, হত্যা কৰা হৈছিল সুশান্তক! মুখ আৰু শৰীৰত আছিল আঘাতৰ চিন!’ বিস্ফোৰণ মৰ্গৰ এগৰাকী কৰ্মচাৰীৰ।

Suchanta Singh Raput

 

বলীউডৰ সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাই পুনৰ গতি কৰিছে ৰহস্যৰ মাজলৈ। CBI ৰ তদন্তৰ মাজতেই বিস্ফোৰণ ঘটাইছে মৰ্গৰ এজন কৰ্মচাৰীয়ে। তেওঁ কয় সুশান্তই আত্মহত্যা কৰা নাই, সুশান্তক হত্যাহে কৰা হৈছে, সুশান্তৰ মুখ আৰু শৰীৰত আঘাতৰ চিন আছিল,ফ্ৰেকশ্বাৰ হৈ আছিল সুশান্তৰ ভৰি।মৰ্গৰ কৰ্মচাৰীজনৰ প্ৰশ্ন ভৰি ফেকশ্বাৰ হৈ থকা অৱস্থাত কিদৰে সম্ভৱ আত্মহত্যা? কেৱল এয়াই নহয় কৰ্মচাৰীজনৰ মতে তেওঁক এই তথ্য লুকুৱাই ৰাখিবলৈ জ্যেষ্ঠ কৰ্মচাৰীয়ে হেঁচা দিছিল।এই বিস্ফোৰক তথ্যৰ লগে লগে সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত পুনৰ আৰম্ভ হৈছে দেশজুৰি চৰ্চা।

Category
Profile picture for user UB Photos