ৰাজ্যৰ দুখীয়া শ্ৰেণীৰ বাবে বেয়া খবৰ! অসমৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল EWS কোটা

EWS

অসমৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল EWS কোটা। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত নাথাকিব সংৰক্ষণৰ ব্যৱস্থা। EWS কোটাৰ সুবিধা ল'ব নোৱাৰিব আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীসকলে। ২১ ডিচেম্বৰৰ পূৰ্বে প্ৰকাশিত বিজ্ঞাপনত প্ৰযোজ্য নহয় এি নিৰ্দেশ। কেৱল শিক্ষানুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰতহে ল'ব পাৰিব EWS কোটাৰ সুবিধা।

Category
Profile picture for user UB Photos