অৰুণাচলৰ টাৱাঙত সেনাৰ হেলিকপ্টাৰৰ ভয়ংকৰ দুৰ্ঘটনা! মৃত্যু পাইলটৰ

arunachal pradesh tawang accident

অৰুণাচলৰ টাৱাঙত সেনাৰ হেলিকপ্টাৰ ভয়ংকৰ দুৰ্ঘটনা, দুৰ্ঘটনাত পতিত হৈ হেলিকপ্টাৰখনত থকা পাইলটৰ মৃত্যু।

🔹অৰুণাচলৰ টাৱাঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

🔹হেলিকপ্টাৰখনত থকা এজন পাইলটৰ মৃত্যু

🔹লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱৰ মৃত্যু

🔹সেনাৰ চিটা হেলিকপ্টাৰৰ প্ৰশিক্ষণৰ সময়ত দুৰ্ঘটনা

🔹পুৱা ১০ বজাত নিয়মীয়া উৰণৰ সময়ত মৃত্যু

🔹বৰ্তমানলৈ জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ কাৰণ

Category
Profile picture for user UB Photos