গুৱাহাটীৰ হাটীগড় চাৰিআলীত চাঞ্চল্যকৰ ঘটনা ৷
মন্দাকিনী এপাৰ্টমেন্টত উদ্ধাৰ অভিযন্তাৰ মৃতদেহ ৷
শুকুৰবাৰৰ পুৱা নিজৰ কোঠাত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷
PHEDৰ কাৰ্যবাহী অভিযন্তা আছিল মৃনাল কলিতা ৷
চুৰিৰে ডিঙি ৰেপি নিজকে শেষ কৰিলে অভিযন্তাজনে ৷
অফিচৰ অত্যাধিক কামৰ হেচাৰ বাবে আত্মহত্যা কৰাৰ অভিযোগ পৰিয়ালৰ ।
ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ তন্ন-তন্নকৈ আৰম্ভ কৰিছে সকলো দিশ ৷
কোনোবাই হত্যা কৰিলে নেকি অভিযন্তাজনক ?
সেই দিশতো আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Category
- Log in to post comments