আজিয়েই ভৰাই লওঁক আপোনাৰ গাড়ীত পেট্রল-ডিজেল, কাৰণ কাইলৈ বন্ধ থাকিব গুৱাহাটীৰ তেল ডিপো!

Petrol Pump Closed

◼শুকুৰবাৰে বন্ধ থাকিব গুৱাহাটীৰ তেল ডিপো

◼বৃহত্তৰ গুৱাহাটী তেল ডিপো মালিক সন্থাৰ ২৪ ঘন্টীয়া তেল ডিপো বন্ধৰ ঘোষণা

◼তৈল কোম্পানীৰ বঞ্চনাৰ প্ৰতিবাদত এই সিদ্ধান্ত তেল ডিপো মালিক সন্থাৰ

notice

Category
Profile picture for user UB Photos