মহানগৰীৰ পানীখাইতিত হাত-ভৰি বন্ধা অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ এটা মৃতদেহ

deadbody found

◼️ মহানগৰীৰ পানীখাইতিত চাঞ্চল্যকৰ ঘটনা
◼️ পানীখাইতিৰ আমগাঁৱত উদ্ধাৰ যুৱতীৰ মৃতদেহ
◼️ হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মৃতদেহ
◼️ অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো
◼️ পানীখাইতি আৰক্ষী চকীৰ সমীপতে উদ্ধাৰ মৃতদেহ
◼️ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়
◼️ দুষ্কৃতিকাৰীয়ে পেলাই থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ
◼️ ঘটনাস্থলীত উপস্থিত পানীখাইতি আৰক্ষী
◼️ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ

Category
Profile picture for user UB Photos