অপৰাধীৰ ৰম্যভুমিলৈ পৰিণত মহানগৰী! পুনৰ অপৰাধ নুনমাটিত..

Crime

◾ মহানগৰীৰ নুনমাটিত পুনৰ চাঞ্চল্যকৰ ডকাইতি

◾ যুৱতীৰ বেগৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ম’বাইল

◾ কেবিন চ’কৰ ৰে’ল লাইনত এই ডকাইতিৰ ঘটনা

◾ যুৱতীগৰাকীক শাৰীৰিকভাৱেও আক্ৰমণ কৰে দুৰ্বৃত্তই

◾ মঙলবাৰেও একে স্থানতে ডকাইতে ডিঙি কাটি লুটি নিছিল ধন

Category
Profile picture for user UB Photos