মহানগৰীত চাঞ্চল্যকৰ ঘটনা! প্ৰেমত বাধা দিয়াৰ বাবেই পশ্চিম বংগৰ পৰা আহি প্ৰেমিকাৰ ককায়েকক গুলীয়ালে প্ৰেমিকে

মহানগৰীত চাঞ্চল্যকৰ ঘটনা! প্ৰেমত বাধা দিয়াৰ বাবেই পশ্চিম বংগৰ পৰা আহি প্ৰেমিকাৰ ককায়েকক গুলীয়ালে প্ৰেমিকে

গুৱাহাটী মহানগৰীৰ বশিষ্টত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। প্ৰেমজনিত কাৰণত সংঘটিত হৈছে এই ঘটনা।

প্ৰেমিকাৰ ককায়েকে মানি নোলোৱাৰ বাবে পশ্চিম বংগৰ পৰা আহি প্ৰেমিক গুৱাহাটীৰ প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ গুলী চলাই ককায়েকক। মুৰত গুলি লগা বাবে মৃত্যু হয় ককায়েক প্ৰেম কুমাৰ দেৱনাথৰ। ঘটনা সংঘটিত কৰি কোঠালিৰ ভিতৰত আত্মগোপন অভিযুক্ত প্ৰেমিকৰ।

এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Category
Profile picture for user UB Photos