ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰৰ দেহত ক’ভিড পজিটিভ

Ramanujan Jr College

ক’ভিডত আক্ৰান্ত ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ

ছাত্ৰাবাসত থকা ১০জন ছাত্ৰৰ দেহত ক’ভিডৰ উপস্থিত

মঙলবাৰে ছাত্ৰকেইজনৰ দেহত ধৰা পৰে ক’ভিড

বৰ্তমান আইশ্বলেছনত ৰখা হৈছে আটাইকেইজন ছাত্ৰক

আনহাতে এক্সিচ বেংকৰ তিনিজন কৰ্মচাৰীৰ দেহতো পোৱা গৈছে ক’ভিড

Category
Profile picture for user UB Photos