
ডন বস্কো উচ্চ বিদ্যালয়ৰ তিনিজন শিক্ষাৰ্থী ইউনিট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।
মুক্তিদিৰ আলম, কুলদীপ ৰভা আৰু চন্দন নাৰ্জাৰী নামৰ শিক্ষাৰ্থীসকলে অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছিল।
খবৰ অনুসৰি তেওঁলোক কালিৰ পৰা সন্ধানহীন হৈ আছে।
Category
- Log in to post comments