
গ্ৰেপ্তাৰ হ’ল ACAৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই
ফটাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰদীপ বুঢ়াগোহাঁইক
বিত্তীয় কেলেংকাৰিত সাঙোৰ খাইছিল বুঢ়াগোহাঁইৰ নাম
ৰুজু হৈছিল ৫০ কোটি টকাৰ কেলেংকাৰিৰ গোচৰ
কেইবাটাও জামিনবিহীন ধাৰাত ৰুজু হৈছিল গোচৰ
ACAৰ CEO প্ৰীতম মহন্তই ৰুজু কৰিছিল গোচৰ
ফটাশিল থানাত ৰুজু হৈছিল বুঢ়াগোহাঁইৰ বিৰুদ্ধে গোচৰ
সেই পত্ৰৰ প্ৰতি কোনো সঁহাৰি দিয়া নাছিল প্ৰদীপ বুঢ়াগোহাঁয়ে
US 120(B), 406, 409, 420, 469, 34 ধাৰাত ৰুজু গোচৰ
ফটাশিল থানাত ৰুজু হোৱা ৮১৭/২১ নং গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ
কেলেংকাৰিত আৰু ৩-৪জন বিষয়ববীয়াৰ নাম সাঙোৰ খোৱাৰ সম্ভাৱনা
- Log in to post comments