৩৩ গৰাকী ভুৱা টেট শিক্ষকৰ জামিন নাকচ CJM আদালতৰ
পূৰ্বে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল তেওঁলোকৰ জামিন
ইয়াৰ বিপৰীতে শুকুৰবাৰে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা হৈছিল চাৰ্জশ্বীট
চাৰ্জশ্বীট দাখিলৰ পিছত শনিবাৰে জামিন আবেদন কৰে ৩৩ গৰাকী শিক্ষকে
কিন্তু মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে নাকচ কৰে জামিন আবেদন
CIDৰ ১০/২০২১ নং গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছে শিক্ষককেইজনক
Category
- Log in to post comments