মহানগৰীত চাঞ্চল্যকৰ ঘটনা, ভাৰাঘৰত উদ্ধাৰ যুৱকৰ মৃতদেহ

Hatigaon Murder, one found dead

◼️মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

◼️লখিমী নগৰৰ চিন্ময় পথত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ 

◼️মৃত যুৱকজনৰ নাম মিলন ছেত্ৰী

◼️ভাৰাতীয়া হিচাপে থকা মিলন ছেত্ৰী পেচাত আছিল ৰঙৰ মিস্ত্ৰী

◼️১৮ তাৰিখৰ পৰা সন্ধানহীন হৈ আছিল মিলন

◼️ঘৰৰ তলা বন্ধ অৱস্থাতে প্ৰত্যক্ষ মিলনৰ মৃতদেহ

◼️মহম্মদ এ ৰহমানৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল মিলন

◼️বিগত ২০ দিন ধৰি ঘৰটোতে ভাৰাতীয়া হিচাপে আছিল মিলন

Category
Profile picture for user UB Photos