
১ ডিচেম্বৰৰ পৰা গুৱাহাটীত প্ৰযোজ্য হ’ব নতুন নিয়ম
দুচকীয়া বাহনৰ চালক-আৰোহীৰ বাবে নতুন নিয়ম
চালক-আৰোহী দুয়োজনে পিন্ধিব লাগিব হেলমেট
অন্যথা ভৰিব লাগিব এহেজাৰ টকাৰ জৰিমনা
চালক, আৰোহীক চিটবেল্ট পিন্ধাৰ আহ্বান প্ৰশাসনৰ
নিয়ম উলংঘা কৰিলে ১ ডিচেম্বৰৰ পৰা বিহা হ’ব জৰিমনা।
Category
- Log in to post comments