২০২২ৰ IPLত ভুমুকি মাৰিব দুটা নতুন দলে! সম্ভাৱনা গুৱাহাটীৰো!

IPL

সম্পন্ন হ’ল ডুবাইত লক্ষ্ণৌ আৰু আহমেদাবাদ দলৰ নিলাম৷ ২০২২ৰ IPLত ভুমুকি মাৰিব দুটা নতুন দলে৷

RPSG Venturesৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ৭,০৯০ কোটি টকাত ক্ৰয় কৰে লক্ষ্ণৌ দল আৰু CVC Capital Partners-এ ৫,৬২৫ কোটি টকাত ক্ৰয় কৰে আহমেদাবাদ দল৷ নিলামত BCCI-এ লাভ কৰিলে ১২,৭১৫ কোটি টকা৷ দুয়োটা দলে খেলিব IPLত।

উল্লেখ্য যে, ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া IPLত মুঠ ১০টা দলে খেলিব IPL। গুৱাহাটীৰ দলেও খেলিব ২০২২ৰ IPLত।

Category
Profile picture for user UB Photos