
বিগত কেইবাদিনৰ বাবে
মহানগৰবাসীৰ বাবে দুঃ খবৰ। গুৱাহাটীত বন্ধ হ’ব ৰেপিড’, অ’লা, উবেৰ, পেইণ্ডিয়াৰ দুচকীয়া বাহন!
পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ সময়ত, সংশ্লিষ্ট কোম্পানী কেইটাই বিভিন্ন প্ৰকাৰে চালক সমূহৰ পৰা লুন্ঠন চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে চালকসকলে। সেইবাবে চালক সকলৰ সংগঠনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। চালক সকলৰ দাবী মানি নোলোৱা পৰ্যন্ত বন্ধ থাকিব দুচকীয়া বাহনৰ চলাচল।
চালক সংগঠনে দাবী সমূহ মানি নোলোৱালৈকে গুৱাহাটী মহানগৰীত চলিবলৈ নিদিয়ে অ’লা, উবেৰ ৰেপিড’ আৰু পেইণ্ডিয়াৰ দুচকীয়া বাহন।
Category
- Log in to post comments