
গুৱাহাটী মহানগৰৰ মাজমজিয়াত দিন দূপৰতে সংঘটিত হয় ডকাইতি।
বেলতলা অঞ্চলৰ পৰা ডকাইতে ৰেনল্ট ডাষ্টাৰৰ উইণ্ডশ্বিল্ড ভাঙি নগদ ৫ লাখ টকা লৈ যায়।
প্ৰাঞ্জল দাস আৰু প্ৰাঞ্জিত শইকীয়াই ওচৰৰ এইচডিএফচি বেংকশাখাৰ পৰা উলিয়াই আনিছিল টকাখিনি।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে যদিও এতিয়ালৈকে কাকো চিনাক্ত কৰা হোৱা নাই।
Category
- Log in to post comments