চি বি আইৰ প্ৰাক্তন সঞ্চালক প্ৰধান ৰঞ্জিত সিনহাৰ মৃত্যু

তেখেতৰ শৰীৰত ধৰা পৰিছিল কৰ'নাৰ অৱস্থিতি

#news_time_assam
#ub24x7 #CBI #Ranjit sinha #COVID-19

চি বি আইৰ প্ৰাক্তন সঞ্চালক প্ৰধান ৰঞ্জিত সিনহাৰ মৃত্যু।

শুকুৰবাৰে পুৱতি নিশা ৪.৩০বজাত দিল্লীত মৃত্যু হয় তেওঁৰ।কৰ'নাত আক্ৰান্ত হৈ আছিল উচ্চ পদস্থ বিষয়াগৰাকী।মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৮বছৰ।বৃহস্পতিবাৰে নিশা তেখেতৰ শৰীৰত ধৰা পৰিছিল কৰ'নাৰ অৱস্থিতি ।

Category