এখন আজৱ নিমন্ত্ৰনী পত্ৰ

ৰাজস্থানৰ জয়পুৰত হ'ব এইখন বিয়া

#news_time_assam
#ub24x7 #MARRIAGE #INVITATION CARD

এখন আজৱ নিমন্ত্ৰনী পত্ৰ । এখন বিবাহৰ বাবে প্ৰস্তুত কৰিছে এই ‌ নিমন্ত্ৰনী। ক'ৰণাৰ নেগেটিভ টেষ্টৰ প্ৰমাণপত্ৰ নোলোৱাকৈ অহা লোকক দিয়া নহ'ব বিয়াত প্ৰৱেশ ।

দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ৰণা। সামাজিক দূৰত্ব আৰু চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি বিয়াসমূহ পতাৰ অনুমতি প্ৰদান কৰা হৈছে। কিন্তু জয়পুৰৰ এখন বিয়াৰ নিমন্ত্ৰনী পত্ৰ দেখিলে হতভম্ব হ'ব আপুনিও।

ক'ৰণাৰ নিগেটিভ টেষ্টৰ প্ৰমাণপত্ৰ নোহোৱাকৈ বিয়ালৈ আহিবলৈ মানা কৰা হৈছে নিমন্ত্ৰনী পত্ৰত ।
এইখন আজৱ নিমন্ত্ৰনী পত্ৰ বিজয় আৰু বৈশালীৰ। ২৪ এপ্ৰিলত ৰাজস্থানৰ জয়পুৰত হ'ব এইখন বিয়া।

Category
Profile picture for user UB Photos