মায়ঙত কংগ্ৰেছ দলৰ বৃহৎ নিৰ্বাচনী প্ৰচাৰ৷ কংগ্ৰেছৰ প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে