অসম বুক অফ ৰেকৰ্ডচত নিজৰ নাম খোদিত তেজপুৰৰ পূৰ্ণ তাঁতীৰ

অসম বুক অফ ৰেকৰ্ডচত নিজৰ নাম খোদিত তেজপুৰৰ পূৰ্ণ তাঁতীৰ

তেজপুৰৰ সন্তান পূৰ্ণ তাঁতীৰ সাফল‍্য। পূৰ্ণ‌ই অসম বুক অফ ৰেকৰ্ডচত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে।

    পূৰ্ণ তাঁতী ওৰফে জোনাকে অতি কম সময়ৰ ভিতৰতে গঢ়ি উলিয়াইছিল  সৰহসংখ্যক সৰ্বোচ্চ পৰিমাণৰ প্ৰতিকৃতি।  

     জোনাকে বৰ্তমান সক্ষম হৈছে নিজৰ নাম জিলিকাবলৈ Assam books of records ত। তেজপুৰবাসী পূৰ্ণৰ সফলতাত গৌৰৱান্বিত।

Category
Profile picture for user UB Photos