ক'ৰোনাত আক্ৰান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ক'ৰোনাত আক্ৰান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ক'ৰোনাত আক্ৰান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।
টুইটাৰত এই তথ্য সদৰি কৰিছে মন্ত্ৰী গৰাকীয়ে ।
জ্বৰ আৰু কাঁহত আক্ৰান্ত হৈ আছিল মন্ত্ৰীগৰাকী।
তেওঁৰ সংস্পৰ্শলৈ অহা অন্যান্য  লোক সকলক ক'ৰোনা টেষ্ট কৰাৰ আহ্বা্ন।
বৰ্তমান চিকিতসাধীন হৈ আছে মন্ত্ৰীগৰাকী।

Category
Profile picture for user UB Photos