লেণ্ডাৰ বিক্ৰমে প্ৰেৰণ কৰা সংকেট লাভ কৰিছে মহাকাশ বিজ্ঞানীয়ে

লেণ্ডাৰ বিক্ৰমে প্ৰেৰণ কৰা সংকেট লাভ কৰিছে মহাকাশ বিজ্ঞানী সকলে

     বিশ্বৰ মহাকাশ গৱেষণাৰ ইতিহাসত বিৰল ঐতিহাসিক শুভক্ষণ ২০১৯চনৰ ১৪ আগষ্ট।

    এই দিনটোতে নজিৰ সৃষ্টি কৰি ভাৰতে চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল চন্দ্ৰযান-২।
       কিন্তু ভাৰতে প্ৰাপ্তিৰ অন্তিম ক্ষণত হতাশাত থমকি ৰ'বলগীয়া হৈছিল যদিও চেন্নাইৰ গৱেষক ছানমুগা সুব্ৰমণিয়াৰ পৰা লাভ কৰা এই বাতাই সমগ্ৰ ভাৰতবাসীৰ আশাৰ চাকি গছি পুনৰ উজ্জীবিত কৰি তুলিছে। চন্দ্ৰপৃষ্ঠত এতিয়াও সক্ৰিয় হৈ আছে প্ৰঞ্জান ৰ'ভাৰ। লেণ্ডাৰ বিক্ৰমে প্ৰেৰণ কৰা সংকেট লাভ কৰিছে মহাকাশ বিজ্ঞানী সকলে
         উল্লেখযোগ্য যে সুব্ৰমনিয়মৰ পৰা লাভ কৰা তথ্যই ক্ৰমশ: উৎসাহিত কৰি তুলিছে ভাৰতৰ বিজ্ঞানী সকলক। কিন্তু কিছু কাৰিকৰী বিজুতিৰ বাবে আৰু কিছু তথ্য গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই বৈজ্ঞানিক গৰাকীয়ে। ভাৰতৰ বাবে ঐতিহাসিক প্ৰাপ্তি এই চন্দ্ৰযান-২ লৈ সমগ্ৰ ভাৰতবাসীৰ অপেক্ষাৰ এটি এটি ক্ষন যেন সম্পূৰ্ণ হোৱাৰ পথত।

Category
Profile picture for user UB Photos