প্ৰাৰ্থিত্ব লাভ কৰিয়েই খোৱাঙত উপস্থিত লুৰিণজ্যোতি গগৈ

lurinjyoti gogoi

নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে ৰাজ্যৰ ৰাজনীতত ধুমুহাৰ সৃষ্টি হৈছে। বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই প্ৰায়ভাগ দলেই ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা । 

ইফালে অসম জাতীয় পৰিযদৰ সভাপতি লুৰিণজ্যোতি গগৈক খোৱাঙত প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে আজি ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হয়।

ডিব্ৰুগড় বিমান বন্দৰত সভাপতি লুৰিণজ্যোতি গগৈক উষ্ম আদৰণি।জনাই।ঢোলে-দগৰে আদৰণি জনালে লুৰিণজ্যোতি গগৈক।

সহস্ৰাধিক দলীয় কৰ্মকৰ্তাই বিশাল সমদলৰে বিমান বন্দৰ পৰা খোৱাংলৈকে আদৰি নিয়ে।

Category