ৰাইজৰ দলৰ সভাপতি অখিল গগৈ লৈ অসম নাগৰিক সন্মিলনৰ মুকলি পত্ৰ

akhil gogoi

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ লৈ অসম নাগৰিক সন্মিলনৰ মুকলি পত্ৰ।

কংগ্ৰেছৰে ৰাইজৰ দলৰ মিত্ৰতাৰ পোষকতা কৰি হীৰেন গোহাঁই, নগেন শইকীয়াকে ধৰি ১৭১ জন লেখৰ বুদ্ধিজীৱিয়ে প্ৰেৰণ কৰিছে পত্ৰ। পত্ৰখন ...


শ্ৰী অখিল গগৈ
সভাপতি, ৰাইজৰ দল

নমস্কাৰ গ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দহবছৰীয়া শাসনে অসমক ক’লৈ লৈ গৈছে, আমি সকলোৱে দেখিছোঁ। আকৌ পাঁচ বছৰৰ বাবে যদি এওঁলোক ক্ষমতালৈ আহে, অসমৰ কি অৱস্থা হ’ব সেইটো ভাবিবলৈও ভয় লাগে। সেয়ে নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ বাহিৰে আমাৰ কোনো বিকল্প নাই। কিন্তু সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হ’লেহে সেইটো সম্ভৱ হ’ব। অসমৰ বিজেপি বিৰোধী ৰাইজে বিচাৰে যে বিৰোধী  ঐক্যবদ্ধ হৈ আগন্তুক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় দিয়ক।
ইতিমধ্যে ৰাইজৰ দলৰ বাহিৰে কংগ্ৰেছ আৰু আন বিৰোধী দলবোৰে ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে।এইটো এটা আদৰণীয় পদক্ষেপ। কিন্তু নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছতো কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত কিয় এতিয়ালৈকে আসনৰ বুজাবুজি হোৱা নাই, সেই কথাটোৱেহে আমাক আচৰিত কৰিছে। একলগে নিৰ্বাচন নেখেলিলে কেৱল দুয়োটা দলৰে নহয়, সমগ্ৰ বিৰোধী জোঁটটোৰে যে ক্ষতি হ’ব, সেই সাধাৰণ কথাটো এই দুয়োটা দলে কিয় এতিয়ালৈকে বুজা নাই?
কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰতি আমাৰ অনুৰোধ -বিজেপিক অসমৰ পৰা উৎখাত কৰাৰ স্বাৰ্থতে দলীয় স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ এক ঐক্যমতত উপনীত হওক। মাত্ৰ এটা কি দুটা সমষ্টিত হোৱা মতানৈক্যই আলোচনাত অচলাৱস্থা সৃষ্টি কৰাটো অতি পৰিতাপৰ কথা। আমি আশা কৰিছোঁ কংগ্ৰেছ আৰু ৰাইজৰ দলে আমাৰ এই অনুৰোধলৈ সঁহাৰি জনাই শীঘ্ৰেই এক ঐক্যমতত উপনীত হ’ব আৰু অসমৰ বিজেপি বিৰোধী ৰাইজক নিৰ্বাচনৰ প্ৰাকক্ষণত এক আশাৰ বতৰা দিব।

অসম নাগৰিক সন্মিলনৰ মুকলি পত্ৰ স্বাক্ষৰিত লেখৰ বুদ্ধিজীৱিসকল ক্ৰমে- 

১. ড° হীৰেন গোহাঁই (গুৱাহাটী), ২. ড° নগেন শইকীয়া (ডিব্ৰুগড়), ৩. হৰেকৃষ্ণ ডেকা (গুৱাহাটী),৪. থমাছ মেনামপৰমপিল (গুৱাহাটী), ৫. অজিত কুমাৰ ভূঞা (গুৱাহাটী),  ৬. অপূৰ্ব শৰ্মা (গুৱাহাটী), ৭. ড° পৰমানন্দ মহন্ত (ডিব্ৰুগড়), ৮. ড° জ্যোতিপ্ৰসাদ চলিহা (তিনিচুকীয়া), ৯. পৰেশ মালাকাৰ (গুৱাহাটী), ১০. আব্দুল মান্নান (গুৱাহাটী), ১১. শান্তনু বৰঠাকুৰ (গুৱাহাটী), ১২. ড° তপোধীৰ ভট্টাচাৰ্য (শিলচৰ), ১৩. লোকনাথ গোস্বামী (গুৱাহাটী), ১৪. ধীৰেন্দ্ৰ নাথ শইকীয়া (গুৱাহাটী), ১৫. লক্ষ্মীনাথ তামুলী (গুৱাহাটী), ১৬. ডা° তৌফিকুৰ ৰহমান বৰবৰা (গুৱাহাটী), ১৭. ড° অৰূপা পটংগীয়া কলিতা (টংলা), ১৮. প্ৰভাত বৰা (নগাঁও), ১৯. জ্ঞান পূজাৰী (কলাবাৰী), ২০. ড° পদ্মপাণি (গুৱাহাটী), ২১. হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি (যোৰহাট), ২২. অজিত চন্দ্ৰ তালুকদাৰ (গুৱাহাটী), ২৩. সীতানাথ লহকৰ (গুৱাহাটী), ২৪. ডা° জীৱন দত্তবৰুৱা (গুৱাহাটী), ২৫. দীপক গোস্বামী (গুৱাহাটী), ২৬. সমীৰ তাঁতী (গুৱাহাটী), ২৭. ড° ইন্দ্ৰাণী দত্ত (গুৱাহাটী), ২৮. ৰশ্মী গোস্বামী (শ্বিলং), ২৯. ড° মনীষা বেহেল (গুৱাহাটী), ৩০. ৰাণী গোহাঁই (গুৱাহাটী), ৩১. যশোময়ী দেৱী (গুৱাহাটী), ৩২. জুনু বৰা (গুৱাহাটী), ৩৩. ৰবীন দত্ত (গুৱাহাটী), ৩৪. ড° পৰমানন্দ মজুমদাৰ (গুৱাহাটী), ৩৫. ডা° হাফিজ আহমেদ (গুৱাহাটী), ৩৬. ৰাজেন কলিতা (টংলা), ৩৭. জ্ঞানেন বৰকাকতী (গুৱাহাটী), ৩৮. নীলিম কুমাৰ (গুৱাহাটী), ৩৯. কেশৱ শইকীয়া (গুৱাহাটী), ৪০. শিৱানন্দ চৌধুৰী (গুৱাহাটী) আৰু ৪১. সঞ্জয় কুমাৰ তাঁতী (তেজপুৰ), ৪২. মনোৰম গগৈ (গুৱাহাটী), ৪৩. হেমন্ত দাস (গুৱাহাটী), ৪৪. শংকৰ শইকীয়া (দদৰা), ৪৫. নীলিমা ঠাকুৰীয়া হক (গুৱাহাটী), ৪৬. জুৰী বৰা বৰগোহাঞি (ডিব্ৰুগড়), ৪৭. সবিতা লহকৰ (ৰঙিয়া), ৪৮. গীতা ৰাণী ভট্টাচাৰ্য (গুৱাহাটী), ৪৯. উদয়ন বিশ্বাস (গুৱাহাটী), ৫০. উজ্জ্বল ভৌমিক (গুৱাহাটী), ৫১. ৰিপুঞ্জয় গগৈ (গুৱাহাটী), ৫২. প্ৰণৱজ্যোতি ডেকা (গুৱাহাটী), ৫৩. মছফিকা বেগম (গুৱাহাটী), ৫৪. সুপৰ্ণা লাহিড়ী বৰুৱা (গুৱাহাটী), ৫৫. মঞ্জিৰা ৰাজখোৱা (গুৱাহাটী), ৫৬. ডা° ভৱেশ ভাগৱতী (গুৱাহাটী), ৫৭. ডা° অনিল কুমাৰ চৌধুৰী (গুৱাহাটী), ৫৮. নজিবুদ্দিন আহমেদ (গুৱাহাটী), ৫৯. নীৰেন ঠাকুৰীয়া (গুৱাহাটী), ৬০. জয়ন্ত বৰগোহাঁই (গুৱাহাটী), ৬১. দীপক কুমাৰ সাহা (গুৱাহাটী), ৬২. ৰঞ্জিত মহন্ত (গুৱাহাটী), ৬৩. ড° গৌতম বৰা (তেজপুৰ), ৬৪. বংশীধৰ বেজবৰুৱা (গুৱাহাটী), ৬৫. সিদ্ধেশ্বৰ দাস (তেজপুৰ), ৬৬. দুদুলমণি শৰ্মা (গুৱাহাটী), ৬৭. উমেশ গোস্বামী (গুৱাহাটী), ৬৮. তিলক মহন (গুৱাহাটী), ৬৯. ভূপেন্দ্ৰ নাথ দাস (গুৱাহাটী), ৭০. মছদ্দৰ হুছেইন (গুৱাহাটী),৭১. প্ৰদীপ কুমাৰ বৈশ্য (গুৱাহাটী), ৭২. ড° ভূপেন শৰ্মা (গুৱাহাটী), ৭৩. অবনী কুমাৰ সূত্ৰধৰ (গুৱাহাটী), ৭৪. সমীন্দ্ৰ হুজুৰী (গুৱাহাটী), ৭৫. বিপুল দেৱ শৰ্মা (গুৱাহাটী), ৭৬. কমলেশ গুপ্তা (গুৱাহাটী), ৭৭. ড° ধীৰেশ্বৰ তালুকদাৰ (গুৱাহাটী), ৭৮. ড° প্ৰণৱ তালুকদাৰ (গুৱাহাটী), ৭৯. মুজিবুৰ ৰহমান (গুৱাহাটী), ৮০. নাৰায়ণ ডেকা (গুৱাহাটী) আৰু ৮১. গুণীন চৌধুৰী (গুৱাহাটী), ৮২. গৰ্গ তালুকদাৰ (গুৱাহাটী), ৮৩. ড° মধুমিতা তালুকদাৰ (গুৱাহাটী), ৮৪. এহচান হাজৰিকা (গুৱাহাটী), ৮৫. ড° প্ৰদীপ বৰুৱা (গুৱাহাটী), ৮৬. ড° কল্যাণী বৰুৱা (গুৱাহাটী), ৮৭. ৰূপালীম দত্ত (গুৱাহাটী), ৮৮. পূৰবী শইকীয়া (গুৱাহাটী), ৮৯. লয়নু দাস কলিতা (গুৱাহাটী), ৯০. ৰেজা মাহমুদ (যোৰহাট), ৯১. সুব্ৰত তালুকদাৰ (গুৱাহাটী), ৯২. পূৰবী শইকীয়া কলিতা (গুৱাহাটী), ৯৩. স্বপ্নালী নাথ (গুৱাহাটী), ৯৪. পক্ষীৰাজ ৰাভা (পলাশবাৰী), ৯৫. অমূল্য খাটনিয়াৰ (তিনিচুকীয়া), ৯৬. ৰমণী মোহন দাস (গুৱাহাটী), ৯৭. প্ৰণৱ আচাৰ্য (গুৱাহাটী), ৯৮. শৈলেন বৰকটকী (গুৱাহাটী), ৯৯. দেৱজিৎ চৌধুৰী (গুৱাহাটী), ১০০. জিয়াউদ্দিন মুনাৰুল হক (গুৱাহাটী), ১০১. ড° ৰেকিবুদ্দিন আহমেদ (গুৱাহাটী), ১০২. ড° বেগম বিলকিছ বানু (গুৱাহাটী), ১০৩. প্ৰভাত দাস পানিকা (ওদালগুৰি), ১০৪. ড° দেৱব্ৰত শৰ্মা (যোৰহাট), ১০৫. প্ৰমোদ মহন্ত (যোৰহাট), ১০৬. ত্ৰিদীপ দত্ত (যোৰহাট), ১০৭. মহেন্দ্ৰ খনিকৰ (যোৰহাট), ১০৮. দিলীপ বৰদলৈ (যোৰহাট), ১০৯. ড° গোলাপ ডেকা (যোৰহাট), ১১০. দ্বীপেন কাকতি (যোৰহাট), ১১১. মৃদুল কুমাৰ বৰা (যোৰহাট), ১১২. নিৰঞ্জন মহন্ত (যোৰহাট), ১১৩. শিৱদাস ভট্টাচাৰ্য (যোৰহাট), ১১৪. তৌফিকুল হুছেইন (যোৰহাট), ১১৫. আব্দুছ চালাম (নগাঁও), ১১৬. চামচুল বাৰিক (শিৱসাগৰ), ১১৭. নেকিবুল ইছলাম (মৰিয়নী), ১১৮. ড° অহিজুদ্দিন শ্বেখ (গোৱালপাৰা), ১১৯. নাৰায়ণ দেৱনাথ (লংকা) আৰু ১২০. অমৰেন্দ্ৰ নাথ শৰ্মা (নগাঁও), ১২১. জ্যোতিৰ্ময় জানা (নগাঁও), ১২২. জয়গোবিন্দ শইকীয়া (লংকা), ১২৩. ফয়জুল হক (হোজাই), ১২৪. নেৱাজ আহমেদ (হোজাই), ১২৫. ৰুহুল আমিন (হোজাই), ১২৬. ৰজত দত্ত (হোজাই), ১২৭. হুমায়ুন কবীৰ (মিৰ্জা), ১২৮. গোবিন্দ ৰাভা (পলাশবাৰী), ১২৯. আদিত্য ৰাভা (পলাশবাৰী), ১৩০. গজেন ৰাভা (পলাশবাৰী), ১৩১. ইন্দ্ৰেশ্বৰ ৰাভা (পলাশবাৰী), ১৩২. অৰুণ দিয়া (পলাশবাৰী), ১৩৩. নীলমণি শৰ্মা (পলাশবাৰী), ১৩৪. কমল ৰাভা (পলাশবাৰী), ১৩৫. ৰুদ্ৰেশ্বৰ ৰাভা (পলাশবাৰী), ১৩৬. ধীৰাজ ৰাভা (পলাশবাৰী), ১৩৭. জগন্নাথ ফুকন (ডিব্ৰুগড়), ১৩৮. সোণেশ্বৰ নৰহ (বোকাখাত), ১৩৯. ৰাতুল মহন্ত (তিতাবৰ), ১৪০. উত্তম দুৱৰা (তিনিচুকীয়া), ১৪১. আবু বক্কৰ ছিদ্দিক (বৰপেটা), ১৪২. দেৱান আব্দুছ ছাত্তাৰ (বৰপেটা), ১৪৩. আজহাৰুল ইছলাম (ধুবুৰী), ১৪৪. জগন্নাথ ভকত (ধুবুৰী), ১৪৫. ইব্ৰাহিম আলী (ধুবুৰী), ১৪৬. ৰাণাপ্ৰসাদ হাজৰিকা (বিশ্বনাথ চাৰিআলি), ১৪৭. ৰাজকুমাৰ শৰ্মা (তিনিচুকীয়া), ১৪৮. বংকিম গগৈ (তিনিচুকীয়া), ১৪৯. শৰৎ নেওগ (ডিব্ৰুগড়), ১৫০. অপৰ্ণা বৰা (ডিব্ৰুগড়), ১৫১. পূৰ্ণকান্ত কাকতি (তিনিচুকীয়া), ১৫২. পুষ্পা কুজুৰ (ডিব্ৰুগড়), ১৫৩. ফিলিপ পূৰ্তি (ডিব্ৰুগড়), ১৫৪. দেবানন্দ মেদক (লক্ষীমপুৰ), ১৫৫. শৈলেশ ধানোৱাৰ (ডিব্ৰুগড়), ১৫৬. মুকুল কলিতা (ৰঙিয়া), ১৫৭. গজেন কলিতা (গুৱাহাটী), ১৫৮. দিলীপ বৰা (গুৱাহাটী), ১৫৯. কিশোৰ কুমাৰ কলিতা (গুৱাহাটী), ১৬০. পৰেশ বৰুৱা (গুৱাহাটী), ১৬১. মনমোহন ৰাজবংশী (গুৱাহাটী), ১৬২. বিশ্বজিৎ দাস (কৰিমগঞ্জ), ১৬৩. চন্দন চক্ৰৱৰ্তী (কৰিমগঞ্জ), ১৬৪. ইমাদ হুছেইন লস্কৰ (কাছাৰ), ১৬৫. কাশ্যপ চৌধুৰী (গুৱাহাটী), ১৬৬. দীপক চক্রৱর্তী (শিলচৰ), ১৬৭. ড০ তাৰা নন্দী মজুমদাৰ (শিলচৰ), ১৬৮. ড০ স্বপ্না ভট্টাচার্য (শিলচৰ), ১৬৯. অতীন দেৱ চৌধুৰী (শিলচৰ) আৰু ১৭০. ৰাহুল দাসগুপ্ত (শিলচৰ), ১৭১. ড° বন্দিতা গোস্বামী শইকীয়া (তিতাবৰ)।


 

Category