প্ৰকাশ পালে AIUDFৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা
১২ টা সমষ্টিত প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিলে AIUDFয়ে
বিন্নাকান্দিত প্ৰাৰ্থিত্ব প্ৰদান বদৰুদ্দিন আজমলক
গোৱালপাৰা(পূব)ত প্ৰাৰ্থী হাফিজ বচিৰ আহমেদ
ধুবুৰী সমষ্টিত নজৰুল হক
দলগাঁৱ সমষ্টিৰ প্ৰাৰ্থীৰ মজিবুৰ ৰহমান
চেঙা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান আশ্ৰাফুল হুছেইনক
ৰহা সমষ্টিৰ প্ৰাৰ্থী মুকুট দাস
ৰামকৃষ্ণ নগৰ সমষ্টিৰ প্ৰাৰ্থী ড০ অৰূপ কুমাৰ দাস তালুকদাৰ
চামগুৰিৰ প্ৰাৰ্থী আব্দুল আজিজ
দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী ছিহাব উদ্দিন
চমৰিয়াত প্ৰাৰ্থিত্ব প্ৰদান ইমদাদ হুছেইনক
গোলকগঞ্জৰ প্ৰাৰ্থী জামশেৰ তালুকদাৰ
বিজনী সমষ্টিত প্ৰাৰ্থী মুছুখা বসুমতাৰী
- Log in to post comments