ব্ৰহ্মপুত্ৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ

guwahati news

আমিনগাঁও ২৬ নং কল'নীৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ ।

নৈৰ পানী জুৱলীত পুৰুষ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।

উদ্ধাৰ হোৱা মৃতদেহটো কুৰি উৰ্ধৰ যুৱক বুলি অনুমান কৰা হৈছে ।

মৃতদেহটো পানীত উটি অহা বুলি সন্দেহ ।

বৰ্তমানেও  ঘটনাস্থলীত উপস্থিত হোৱা নাই  আৰক্ষী ।

Category