
কৰ'ণাতংকৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰত ভয়ংকৰ বিমান দুৰ্ঘটনা ।
ই'দাহ প্ৰদেশৰ উত্তৰাঞ্চলৰ এটা সৰোবৰৰ ওপৰত দুই বিমানৰ মুখামুখি সংঘৰ্ষ ।
এই দুৰ্ঘটনাত নিহত হয় ৮ জনকৈ লোকৰ। দুৰ্ঘটনাৰ পিচতে বিমানখন সৰোবৰটোত ডুব যায়।
আনহাতে উদ্ধাৰকাৰী দলে এই পৰ্য্যন্ত ২জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও আন ৬ জনৰ শুংসূত্ৰ নাই ।
Category
- Log in to post comments