
হ্ৰাস হ’ব ঋণৰ সুদৰ হাৰ, হ্ৰাস পাব EMI
ঋণৰ সুদৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত RBIৰ
ৰেপ’ৰেট কৰ্তনৰ সিদ্ধান্ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ
৫ বছৰত প্ৰথমবাৰৰ বাবে ৰেপ’ৰেট কৰ্তন
৬.৫ৰ পৰা ৬.২৫লৈ হ্ৰাস ৰেপ’ৰেট
২৫ bps ৰেপ’ৰেট হ্ৰাস RBIৰ
দেশৰ অৰ্থনীতিৰ বিকাশৰ লক্ষ্য RBIৰ
’২৬ বৰ্ষত ৬.৭% হ’ব বিকাশৰ হাৰ
Category
- Log in to post comments