![bjp12](/sites/default/files/styles/article_detail/public/2025-02/bjpwkwk.jpg?itok=DghC4sIa)
অক্টোবৰতে বিজেপিয়ে চূড়ান্ত কৰিব প্ৰাৰ্থী
ভিডিঅ’ কনফাৰেন্সত স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰীৰ
বুধবাৰে মন্ত্ৰী-বিধায়ক-সাংসদৰে ভিডিঅ’ কনফাৰেন্স
অক্টোবৰতে দিল্লীলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থীৰ পেনেল
অক্টোবৰ পৰ্যন্তহে চলিব চৰকাৰৰ উন্নয়নমূলক কাম-কাজ
অক্টোবৰ পৰ্যন্ত সকলো কাম সম্পন্ন কৰাৰ নিৰ্দেশ বিধায়কসকলক
তৰান্বিত হ’ব মুখ্যমন্ত্ৰীৰ স্ব-নিৰ্ভৰ আঁচনি, অৰুণোদয়ৰ কাম
২০০ ধৰ্মীয় অনুষ্ঠানক কিস্তিত ৩ লাখ টকাকৈ আৰ্থিক অনুদান
Category
- Log in to post comments