
ইলেক্টৰেল ভোটত অগ্ৰগতি ড’নাল্ড ট্ৰাম্পৰ
অধিকাংশ ষ্টেটত আগবাঢ়ি আছে ড’নাল্ড ট্ৰাম্প
ড’নাল্ড ট্ৰাম্পে লাভ কৰিলে ২১০টা ইলেক্টৰেল ভোট
কমলা হেৰিছে লাভ কৰিছে ১১২টা ইলেক্টৰেল ভোট
ছাউথ কেৰ’লিনাত ট্ৰাম্পে লাভ কৰিছে ৯টা ইলেক্টৰেল ভোট
ডেম’ক্ৰেট ষ্টেট অকলাহমাতো ট্ৰাম্পৰ জয়লাভ
অকলাহমাত ট্ৰাম্পে লাভ কৰিলে ৭টা ইলেক্টৰেল ভোট
আলাবামা ষ্টেটত ট্ৰাম্পৰ ৯টা ইলেক্টৰেল ভোট লাভ
মিছিছিপিত ৬টা ইলেক্টৰেল ভোটলাভ ড’নাল্ড ট্ৰাম্পৰ
টেক্সাছ, লুছিয়ানা, ৱায়মিং ষ্টেটতো ট্ৰাম্পৰ জয়লাভ
Category
- Log in to post comments