কলকাতাৰ ধৰ্ষণ-হত্যাকাণ্ডকলৈ উদ্বিগ্ন ৰাষ্ট্ৰপতি
তৰুণী চিকিৎসকৰ ধৰ্ষণ-হত্যাকাণ্ডকলৈ ৰাষ্ট্ৰপতিৰ ক্ষোভ
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে ক’লে- ENOUGH IS ENOUGH
‘মহিলাৰ ওপৰত চলা নিৰ্যাতন আৰু সহ্য নহয়’
নাৰী নিৰ্যাতনৰ এই ঘটনাক ভয়ংকৰ আৰু হতাশাজনক আখ্যা
সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত এই প্ৰতিক্ৰিয়া
মহিলাৰ সম্পৰ্কে সামাজিক ধাৰণা সন্দৰ্ভতো প্ৰশ্ন ৰাষ্ট্ৰপতিৰ
‘কোনো সভ্য সমাজে এনে নৃশংসতা সহ্য নকৰে’
Category
- Log in to post comments