প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ KLOৰ বিশেষ পত্ৰ
কমতাপুৰ বা কোচবিহাৰ ৰাজ্য পুনৰ গঠনৰ আহ্বান
ৰাজবংশী ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভুক্তিৰ দাবী
অসম, পশ্চিমবংগ, বিহাৰৰ কোচ ৰাজবংশীক ST(P)ৰ মৰ্যাদাৰ দাবী
গোচৰত অভিযুক্ত KLOৰ সকলো নেতা-কৰ্মীকে ক্ষমাদানৰ আহ্বান
ৰাষ্ট্ৰপতিৰ দ্বাৰা সাধাৰণ ক্ষমাদানৰ আহ্বান KLOৰ
KLOৰ কাৰ্যকৰ্তাক শীঘ্ৰে পুনৰ সংস্থাপনৰো আহ্বান সংগঠনটোৰ
কেন্দ্ৰৰ সৈতে অব্যাহত আছে KLOৰ শান্তি আলোচনা
Category
- Log in to post comments