
EDৰ পিছত CBIএ গ্ৰেপ্তাৰ কৰিব পাৰে কেজিৰৱালক
তিহাৰ কাৰাগাৰত নিশা কেজৰিৱালক CBIৰ জেৰা
উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ শুনানিৰ পূৰ্বে জেৰা
আজি CBIৰ আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা
দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল কেজৰিৱালৰ জামিন
২০ জুনত ৰাউজ এভিনিউ আদালতে দিছিল জামিন
জামিনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ED
Category
- Log in to post comments