
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীত ড্ৰাই ডে ঘোষণা
দুদিনৰ বাবে ড্ৰাই ডে ঘোষণা কামৰূপ মহানগৰ প্ৰশাসনৰ
৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা বন্ধ থাকিব সুৰাৰ বিপণী
৭ মে’ৰ সন্ধিয়া ৫ বজালৈ বাহাল থাকিব এই নিৰ্দেশনা
কামৰূপ (মঃ) প্ৰশাসনে জাৰি কৰিলে এই নিৰ্দেশনা
৭ মে’ত ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন
৭ মে’ত গুৱাহাটী লোকসভা সমষ্টিটো ভোটগ্ৰহণ
Category
- Log in to post comments