কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী......

Modi

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
কাইলৈ সন্ধিয়া বৰঝাৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী
বৰঝাৰৰ পৰা গুৱাহাটীৰ মাজেৰে আহিব কইনাধৰালৈ
শুক্ৰেশ্বৰৰ পৰা বিশাল ৰোড শ্ব’ত ল’ব অংশ
ৰোড শ্ব’ৰ বাবে সাজু কৰা হৈছে মহানগৰীৰ পথ
ঠায়ে ঠায়ে লগোৱা হৈছে বেৰিকেড

Category
Profile picture for user UB Photos