সংগীত নাটক একাডেমীৰ ফেল’শ্বিপ ঘোষণা! অসমৰ কেইবাগৰাকী শিল্পী লৈ এই সন্মান...........

sangeet

সংগীত নাটক একাডেমীৰ ফেল’শ্বিপ ঘোষণা
দেশৰ ৬জন ব্যক্তিলৈ সংগীত নাটক একাডেমীৰ ফেল’শ্বিপ
অসমৰ দুলাল ৰয়লৈ সংগীত নাটক একাডেমীৰ ফেল’শ্বিপ
এই সন্মান প্ৰদান কৰিব দেশৰ ৰাষ্ট্ৰপতিয়ে 
২০২২-২৩ বৰ্ষৰ একাডেমী পুৰস্কাৰো ঘোষণা
ডঃ লক্ষ্যহীৰা দাসলৈ সংগীত নাটক একাডেমী বঁটা
গোবিন্দ শইকীয়া, কৰুণা বৰালৈ ২০২২ বৰ্ষৰ একাডেমী পুৰস্কাৰ
গুণাকৰ দেৱগোস্বামীলৈ ২০২২ বৰ্ষৰ একাডেমী পুৰস্কাৰ
২০২২ বৰ্ষৰ একাডেমী পুৰস্কাৰ লাভ কৰিছে তৰাৱতী বড়ীয়েও
২০২৩ বৰ্ষৰ সংগীত নাটক একাডেমীৰ বঁটা লাভ ভবেন বৰবায়নৰ
বিনীতা দেৱীলৈ ২০২২ বৰ্ষৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ
মেঘৰঞ্জনী মেধিলৈ ২০২৩ বৰ্ষৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ
কথক নৃত্যৰ বাবে মেঘৰঞ্জনী মেধিলৈ এই সন্মান
মুকুন্দ নাথলৈও ২০২২ বৰ্ষৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ
মুকাভিনয়ৰ বাবে মুকুন্দ নাথলৈ এই সন্মান
মুকুন্দ শইকীয়ালৈ ২০২৩ বৰ্ষৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ

Category