APSCৰ অধ্যক্ষলৈ আছুৰ জৰুৰী পত্ৰ! ২০২৩ৰ প্ৰতিযোগিতমূলক পৰীক্ষাৰ দিন সলনিৰ আহ্বান.......

APSC

APSCৰ অধ্যক্ষলৈ আছুৰ জৰুৰী পত্ৰ
২০২৩ৰ প্ৰতিযোগিতমূলক পৰীক্ষাৰ দিন সলনিৰ আহ্বান
একেটা দিনতে ধাৰ্য হৈছে শ্লেট আয়োগৰ SET পৰীক্ষা
দুয়োটা পৰীক্ষাৰ বাবে বিমোৰত পৰিছে পৰীক্ষাৰ্থী
অহা ১৭ মাৰ্চত লোকসেৱা আয়োগৰো প্ৰাৰম্ভিক পৰীক্ষা

উল্লেখ্য যে, একেটা দিনতে শ্লেট আয়োগে ধাৰ্য কৰা SET পৰীক্ষাৰ বাবে বিমোৰত পৰিছে দুয়োটা পৰীক্ষাৰ প্ৰস্তুতি চলোৱা পৰীক্ষাৰ্থীসকল। বিষয়টো সন্দৰ্ভত আছুৰ শীৰ্ষ নেতৃত্বৰ বিহিত ব্যৱস্থা ল’বলৈ প্ৰেৰণ কৰিছে পত্ৰ। 

ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ অৰ্থে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ দিন সলনি কৰিবলৈ আহ্বান আছু নেতৃত্বৰ।

Category
Profile picture for user UB Photos