
দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ’ব ৰঙিয়াৰ বৰখলা পথাৰ
শ্ৰীমন্ত শংকৰ সংঘৰ ৯৩সংখ্যক অধিৱেশনৰ প্ৰস্তুতি
শুকুৰবাৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে শংকৰ সংঘৰ অধিৱেশন
২৫ লক্ষাধিক ভক্ত-প্ৰতিনিধিক আদৰিবলৈ সাজু ৰঙিয়াবাসী
সাজু কৰি তোলা হৈছে ১১০টাকৈ শিবিৰ
ৰান্ধনী ঘৰত একেলগে জ্বলিব ৩০৮টা চৌকা
একেলগে আহাৰ গ্ৰহণ কৰিব ১০ হাজাৰ ভক্তই
Category
- Log in to post comments