অমৃতবৃক্ষ আন্দোলনেৰে অসমে গঢ়িব বিশ্ব অভিলেখ

Himanta

অমৃতবৃক্ষ আন্দোলনেৰে অসমে গঢ়িব বিশ্ব অভিলেখ

১ কোটি গছপুলি ৰোপণেৰে অভিলেখৰ দিশে অসম

পুৱাই জনতা ভৱনত গছপুলি ৰোপণ কৰিলে মুখ্যমন্ত্ৰীয়ে

আজি এক ঐতিহাসিক দিন

গছপুলি ৰোপণ কৰি জিঅ’টেগ লৈ ফটো আপৰোড কৰক

অমৃতবৃক্ষ এপৰ পৰা প্ৰমাণপত্ৰ দাখিল কৰক

aba.assam.gov inৰ পৰা ডাউনলোড কৰক প্ৰমাণপত্ৰ

৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল অমৃতবৃক্ষ আন্দোলন

‘সমগ্ৰ বিশ্বতে এই আন্দোলন সৃষ্টিৰ প্ৰয়াস কৰিছোঁ’

‘আমি জাপানৰ ৰেকৰ্ড ভংগ কৰিব পাৰিছোঁ’

‘৯ ছেপ্টেম্বৰত ২২ কিঃমিঃ দীঘলকৈ গছপুলি সজোৱা হৈছে’

‘এইটো কোনেও আগতে কৰা নাছিল’

‘১০ ছেপ্টেম্বৰত ৩,২২,৪৪৪টা পুলি বিতৰণ কৰা হৈছিল’

‘ইও হ’ব এক বিশ্ব ৰেকৰ্ড’

‘উত্তৰ প্ৰদেশৰ ৰেকৰ্ড ভংগ কৰিব এই ৰেকৰ্ডে’

’১১ ছেপ্টেম্বৰত গছপুলি কেনেকৈ ৰুব প্ৰশিক্ষণ দিয়া হৈছিল’

’৭০,৪৯০ জন ব্যক্তিয়ে একেলগে চাইছিল এই প্ৰশিক্ষণ’

‘এই ৰেকৰ্ডে জাপানৰ ৰেকৰ্ড ভংগ কৰিব’

‘পাকিস্তানে ৰোপণ কৰা গছপুলিৰ ৰেকৰ্ড ভংগ কৰিব অসমে’

‘এটা দলে নাহৰকটীয়াত ১ ঘণ্টাত ৰোপণ কৰিলে ৩.৩১ লাখ পুলি’

‘এয়াও হ’ব আন এক বিশ্ব ৰেকৰ্ড’

মাৰ্ঘেৰিটাত ইমেজাৰি ৮৫ হেক্টৰ ভূমিত সজোৱা হৈছিল গছপুলি’

‘য’ত গছপুলিৰে নিৰ্মাণ কৰা হৈছিল অসমৰ মানচিত্ৰ’

‘ইও হ’ব এক বিশ্ব ৰেকৰ্ড’

শিৱসাগৰত ১৬ মহিলাই ৰোপণ কৰিব গছপুলি

আজি সমাপ্ত হ’ব ১ কোটি গছপুলি ৰোপণৰ কাম

অনলাইনত বৃক্ষৰোপণৰ সংকল্প কৰাৰ ব্যৱস্থা কৰিব চৰকাৰে

এই ব্যৱস্থাটোত জড়িত হৈ পৰিব অসমৰ ৭০ লাখ মানুহ

Category
Profile picture for user UB Photos