উত্তৰ প্ৰদেশৰ বদৌনৰ সম্পৰ্কক লজ্জিত কৰা এক চাঞ্চল্যকৰ ঘটনা। শেহতীয়াকৈ এগৰাকী মহিলা নিজ জীয়েকৰ শহুৰেক অৰ্থাৎ বিয়ৈৰ প্ৰেমত পৰিল। জানিব পৰা মতে, মহিলাগৰাকীৰ চাৰিটা সন্তান আছে। এই চাৰি সন্তানৰে এগৰাকী কন্যা সন্তান ২০২২ চনত বিবাহপাশত আবদ্ধ হয়।
- Read more about বিয়ৈৰ সৈতে পলাল বিয়নী...তাৰ পাছৰ ঘটনা এয়া...
- Log in to post comments