Dhantrayodashi

সমাগত ধনতেৰছ উৎসৱ। এই দিনটো হিন্দুসকলৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। ধনতেৰছৰ দিনটোত ধনিয়া, ঝাড়ু, বাচন, সোণ, ৰূপ আৰু সম্পত্তি ক্ৰয় কৰাটো অতি ভাল বুলি গণ্য কৰা হয়।

অৱশ্যে জ্যোতিষীসকলৰ মতে, ধনতেৰছত ৰাশি অনুসৰি বজাৰ কৰাটো অধিক লাভজনক। এই বছৰ, ধন ত্ৰয়োদশী ২২ অক্টোবৰৰ সন্ধিয়া ৬:০৩ বজাৰ পৰা ২৩ অক্টোবৰৰ সন্ধিয়া ৬:০৪ বজালৈ হ’ব। এইবাৰ ধনতেৰছত ৰাশি অনুসৰি ক্ৰয় কৰক এইসমূহ সামগ্ৰী। অযুত ধন-সম্পত্তিৰ গৰাকী হোৱাৰ উপৰিও সুস্বাস্থ্যৰো অধিকাৰী হ’ব।