New Admission

নামভৰ্তি পত্ৰ সংগ্ৰহৰ বাবে আঠুঁৱা টানি পদ পথতে অপেক্ষা অভিভাৱকৰ।

ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে ৰাজ্যৰ বহু কেইখন চৰকাৰী বিদ্যালয় বন্ধ হ’বলৈ লোৱাৰ সময়তে শিৱসাগৰত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য।