Durga Puja Special Zodiac Sign

শাৰদীয় উৎসৱ দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷

জ্যোতিষশাস্ত্ৰ অনুসৰি এইবাৰ দুৰ্গা পূজাৰ পূৰ্বে ঘটিব এক দুৰ্লভ সংযোগ। ৫৯ বছৰৰ পাছত এইবাৰ ঘটিব এই বিৰল সংযোগ। এই সংযোগৰ ফলত দুৰ্গা পূজাৰ পূৰ্বে উদয় হ’ব ৫ ৰাশিৰ ভাগ্য। জ্যোতিষ শাস্ত্ৰ অনুসৰি অহা ২৪ ছেপ্টেম্বৰ তাৰিখে গ্ৰহনৰ এক বিশেষ অৱস্থান হ’ব। গ্ৰহৰ এই অৱস্থান ৫৯ বছৰৰ পাছত সংঘটিত হ’ব। এই দিনটোত শনি আৰু বৃহস্পতি গ্ৰহ বক্ৰ অৱস্থাত থাকিব। কন্যা ৰাশিত সূৰ্য আৰু বুধৰ সংমিশ্ৰণৰ বাবে বুধাদিত্য যোগ ইতিমধ্যে আৰম্ভ হৈছে।

কি কি ৰাশিৰ জাতক-জাতিকাৰ কেনেকৈ ভাগ্য উদয় হ’ব তলত উল্লেখ কৰা হ’ল -