Durga Puja Notice

আগন্তুক পূজাকলৈ কামৰূপ জিলা প্ৰশাসনে জাৰি কৰিছে কেইবাটাও গুৰুত্বপুৰ্ণ নিৰ্দেশনা।

 

আগন্তুক পূজা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি কেটবোৰ গুৰুত্বপুৰ্ণ নীতি নিৰ্দেশনা প্ৰকাশ কৰে DCP সুধাকৰ সিং, DCP হিৰণ্য কুমাৰ বৰ্মণ, অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকা, পৰিবহন বিষয়া গৌতম দাস, অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া, আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ বিষয়াই। দূৰ্গাপূজা আয়োজনৰ সন্দৰ্ভতো জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ মাজত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক।