Tribalization

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে জনজাতিকৰণক লৈ গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ভাৰতৰ ১২টা জনগোষ্ঠীক জনজাতিকৰণৰ অনুমোদন জনায় কেবিনেটত। ছট্টিশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশৰ কেইবাটাও জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ অনুমোদন জনায় মোদী কেবিনেটে।