jaymala

অসমলৈ ঘূৰি আহিব জয়মালা! জয়মালাক ওভতাই আনিবলৈ তামিলনাডুলৈ বন বিভাগৰ দল

তামিলনাডুৰ মন্দিৰত নিৰ্মমভাৱে অত্যাচাৰৰ বলি হোৱা অসমৰ হাতী জয়মালাক ওভতাই আনিবলৈ আজি তামিলনাডুলৈ যাব অসমৰ বন বিভাগৰ এটা বিশেষ দল। আন ৯টা হাতীকো ওভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে বন বিভাগে।