Dhubri Boy

জীৱন সংগ্ৰামত কেতিয়াও হাৰ নমনা ধুবুৰীৰ এগৰাকী ৰিক্সা চালক ৰফিক। শাৰীৰিক বাধ্যকয়ো হৰুৱাব পৰা নাই ধুবুৰীৰ আত্মবিশ্বাসী ৰফিকক।

এখন হাত নথকাৰ পাছতো ধুবুৰী চহৰত প্ৰতিদিনে ঘৰৰ পৰা ওলাই আহে নিজৰ ৰিক্সাখন লৈ কাৰণ এটাই পৰিয়ালক পোহপাল দিব লাগিব৷ ল’ৰা-ছোৱালী কেইটাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব লাগিব।