হত্যা কৰা হ’ল নেকি বিজেপি নেত্ৰী সোণালী ফোগাটক? UB Photos August 25 / 2022 সোণালী ফোগাটৰ মৃত্যু সহজ নাছিল ৷ হত্যা কৰা হ’ল বিজেপি নেত্ৰী তথা বিগ বচ চিজন ১৪ৰ সোণালী ফোগাটক ৷ গোৱাত সঁচাকৈয়ে হত্যাৰ বলি হ’ল নেকি সোণালী ফোগাট? সোণালী ফোগাটৰ পৰিয়ালে ইতিমধ্যেই গোৱা আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ ৷ Tags UB Photos Sonali Phogat murder case filed at goa police station sonali phogat death sonali phogat murder Read more about হত্যা কৰা হ’ল নেকি বিজেপি নেত্ৰী সোণালী ফোগাটক?Log in to post comments