Laal Singh Chaddha New Record

আমিৰ খান আৰু কৰীনা কাপুৰ খান অভিনীত ‘লাল সিং চাদ্দা’ ১১ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিছিল।

১৯৯৪ চনৰ টম হেংকছৰ প্ৰশংসিত ছবি ফৰেষ্ট গাম্পৰ হিন্দী ৰিমেক ছবিখনে সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিলেও ভাৰতত ছবিখনে বয়কট ট্ৰেণ্ডৰ বলি হৈ দেশৰ বক্স অফিচত মুখ থেকেচা খাইছিল। কিন্তু শেহতীয়া খবৰবোৰ বিশ্বাস কৰিবলৈ হ’লে আন্তঃৰাষ্ট্ৰীয় বজাৰত অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে লাল সিং চাদ্দাই ৷